পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ as ] আত্মা রূপে তাত বহি আছা সদা পাপ চকু নেদেখে আমাৰ । এতিয়াৰ পৰা ভক্তি ফুলেৰে পূজোঁ যেন চৰণ তোমাৰ ৷৷১১৩৷৷ কীৰ্ত্তন তিওট। ক’ত ব’লা প্ৰাণৰ হৰি, প্ৰাণ মন হৰি। এতিয়া কি কৰোঁ ক'লৈ যাওঁ কেনেকৈ তোমাক পাওঁ মাছ জীয়ে কি জলাশয় এৰি ? (ঠ) কলৈ গ'ল৷ বুলি হিয়া কান্দে (হে নাথ হে নাথকৈ ) ( স্বর্গীয় প্রেমে আকুল হই—আবেশে বিভোর হই) যাকে দেখে তাকেই শোধে—ক চৰাই চিকতি কৰিছোঁ মিনতি, ক’ত আছে প্ৰাণগতি (নেদেখিলে জীৱন যায়) ৷৷ (দশকুশি) জাত হে হৃদয় মোৰ, হৃদয়বল্লভ চোৰ, কৰিছ ছল কৰি চুৰি। নাই তোমাৰ প্ৰেমে, বলীয়া কৰিলা, প্রাণে দেখাই বিলাস মাধুৰী। একে৷ নাহি কহি গৈল,সকলো বিনষ্ট ভৈল এইটো নে সখিৰ ধৰম? নুফুলোতে প্ৰেম-কলি,সথি গলা থই এৰি,নুবুজিলে। প্ৰেমৰ মৰম ৷৷ ।।১১৪। ভৈৰবী—–যৎ । এলাহ্ টোপনি । উঠা ভাই দূৰ কৰি দিয়ঁ। ভাৱনা-হামি ৷৷