পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 48 ] পদ ৷৷ জগতৰ জীৱন প্রভু জনাৰ্দ্দন, পাষণ্ড দলনকাৰী। সদানন্দ জীৱগণৰ আনন্দ, ভকত জীৱন দুখহাৰী ॥ মানবসকলে সদা কাল পূজিছে ভকতিৰে পাপ নিবাৰি । ভকতি,মুকুতি ত্রাণ,সৰ্ব্বশক্তিমান, কৰা দান প্ৰভু পদত্ৰী ॥ 8.9|| বাগ—শ্রী। প্রভো কি গতি হ’ব হে । নাথ কি গতি হ’ব হে। পিতা তযু পদত্ৰী বিনা মৰোঁহে ॥ পদ ৷ এই সংসাৰৰ মেেজ, অলেখ পাপ বিৰাজে, কত নৰে তাতে পৰি মৰে। গৰি পাপৰ সাগবে, দুৰ্ভগীয়া নাবীনৰে, সহায় বিহীন হই পৰে ৷ তোমাৰ কপাৰ বলে, কপা-পদ-তৰী-গালে, নৰে তৰে বিপদে হেলায়। বিনা কৃপা-পদত্ৰী, কত দুৰ্ভগায়৷ পৰি, মগ্ন হই প্ৰাণ হেৰুৱায় ॥ দিয়। প্ৰভু সন্তাপিত, নৰ নাৰী আছে যত, সকলোকে সি অভয়পদ। সি পদৰ সহায়েৰে, উলাহ বঙ্গ মনেৰে, তৰে ভৱ-সংসাৰ বিপদ ॥১০৮৷