পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[89] ফুলে প্রকাশয় শোভা, তব অতি মনোলোভা, ভকতৰ মন - প্ৰাণ হবে ৷৷ বসন্তৰ কুহুস্বৰে, তযু গুণগান কৰে, জলদেৱ গায় উচ্চস্বৰে ৷৷ অব্যক্ত ভাৱৰ সোঁতে পৰি প্ৰাণেমনে মাতে, আনন্দত হৃদয় উল্লাসে। অদম্য উছাহে বেগে, চকু-লো উছলি আহে, পৱিত্ৰ অমূল্য একে ধাৰে ৷ জয় প্রভু দয়াময়, পাপীজনৰ আশ্রয়, তুমি প্রভু মঙ্গল আলয়। দিয়া জ্ঞান দিয়া প্রেম, দিয়া ভক্তি দিয়া শম, দিয়া দিয়। বিপদে আশ্রয় ॥ ১০৫ ॥ ললিত—আড়া। -:সাৰ বিপদে পৰি, মাতিছে৷ হৈ ভগৱান । শিৱ সেই পদ-তৰী দান কৰি কৰা ত্রাণ ॥ পূৰ্ব্বৰ কালত নাথ, দান কৰি দয়াকত, মহাভক্ত প্রহ্লাদক তাৰিল। গাপহৰণ ৷ পৃথিবী স্বৰগ হয়, পাপ শোক দূৰে যায়, স্বণদ্বেষ লয় পায়, তযু নামে দিলে মন ॥ ১০৬ ৷ ৰাগ আশোৱাৰি । জয় প্রভু হে শিৱ, শিৱদাতা সৰ্ব্ববিধাতা। নিৰ্ব্বিকাৰ, নিৰঞ্জন, জয় প্রভু ভগৱান, “স্মৰণে হয় হে ত্ৰাণ, জয় প্রভু ফল মুক্তিদাতা।