পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 43 ] নাজানো নিচিনো বাট, নিজম নুশুনো মাত, দীনবন্ধু ৰল। ক’ত?-বিপদে এবি । দশোদিশ যে আন্ধাব, কেনেকৈ হ'ম হে পাৰ, সংসাৰ-সাগৰ ঘোৰ, লৈ ভগ্ন তন্বী। অকিঞ্চন নাই মোৰ, সংসাৰৰ মাজে ঘোৰ, তুমি মুঠে আশা মোৰ।--তাৰাঁ হে হৰি ৷৷৯৫॥ -- ৰাগিণী কুকভ—তাল ঠুংৰি ৷ তোমা বাজে প্রভু মোৰ কোনো নাই। —সংসাৰে নাই আই বোপাই । তুমি পিতা মাতা ভাই বন্ধু। তুমি সহায় দয়াসিন্ধু । নিশা থাকো শুই মই হে । তুমি বহি দিয়। পৰ হে ॥ বিপদে চকু-লো দিয়াঁ টুকি, ই গাপ হিয়াক কৰাঁ শুচি ॥ কিবা বেয়া কাজ আচৰিলে । ডাবি দিয়৷ মোক স্নেহভৰে ৷৷ মই প্রভু মহা সুখী, চেঁচা হিয়া তব মুখ দেখি ৯৬৷৷ চৌৱ1 দয়াময় চকু মেলি। দিয়া দেখা দীনৰ সখা। (মই)—পাপে তাপে অতি দুৰ্ব্বলী ॥