পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ [ 41 ] আশাৰ কথাত পৰি থাকি জীৱন তোৰ কটাই দিলি। এতিয়া বিষয় ভাৱন৷ এৰি থই মন গা তেওঁৰ গুণৰাশি । গোটেই শৰীৰ ঢাকি পেলা দি প্ৰেমৰ ছাই, ভক্তি-ফুলে সদায় পূজ তেওঁৰ চৰণ দুখানি ॥৯॥ হিন্দি সুৰ। ধৰ্ম্ম-নই পাবে কৰ। হে বিচৰণ। বিষয় ভাৱনা সকলো এৰি হোৱ৷ ব্ৰহ্মপদে মগন ৷৷ সত্তাপ সকলে| এৰি দিয়া ভাই, হৰিনাম জপা অবিৰাম । অসাৰ সংসাৰে, হৰিনাম যাৰ, সকলে৷ নিশাৰ সপোন। ধন জন মান, নহয় আপোন। কাতো নাই পতিয়ন ॥৯১৷৷ -- --- পাহাড়ী—আড়া। কি ধন আমাৰ আছে, কঙ্গাল আমি হে। ধনৱন্ত মনে ভাবি আহিলে। ইয়াত হে ॥ নাই মোৰ ধৰ্ম্মবল, কি কৰিম পথ-সম্বল, সদায় চকুত লোঁ, নেদেখোঁ উপায় হে ॥ ডেকা কালে নেসাচিলোঁ, যি পালোঁ উড়াই দিলে। এতিয়া যে বুঢ়া হলো কি কৰে। উপায় হে। মোহ মায়াত ভোল হই,নেভাবিলে। তোমাক হায়, গুণ্য-ধন অভাবী হ’ই সদায় এন্ধাৰে। জীৱ-বেলি মাৰ গ'লে, চকু দুটি মুদ খালে, স্থান দিবা চৰণ তলে, ললে। মই শৰণ হে ॥৯২৷৷