পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[[ ७१ ] ৩ কাফি—চৌতাল । বহাঁ হে দুখীয়াৰ নাথ, হৃদয়-আসনে। দিয়। সত্য পোহৰ এন্ধাৰ মনে। —পূজেঁ। মই ভক্তি-প্রেম-ফুলে। প্ৰীতি-পানী দিওঁ বাকি চৰণে । হৃদয়-বীণৰ মাত উঠক আজি সঘনে। আনন্দঘন বিভু, তুমি মোৰ স্বামী, সদা থাকা হিয়া আসনত হে ॥ ৮২ ৷৷৷ ৰাগণী হামীৰ—তাল ধামাল । আজি সবে গোৱাঁ বঙ্গেৰে, মহিমা মুকলি মনেবে, হক জীৱন সফল। পরিত্র হৃদয়ে বলা যাওঁ অমৃত দুৱাৰে, কত সুখ পাম হে ॥ বিমল জোনাক, স্মিগধ কোমল, হিয়াকাশে জোন দৰে শৰতৰ, সেই প্রেম-শশী উদি, বৰষিব প্রেম-সুধা হৃদয়াধাৰে ॥৮৩৷৷ সঙ্কীৰ্ত্তন। বলাঁ ভাই সবে মিলি যাওঁ সেই পিতাৰ ভবনে। শুনেছোঁ ভাই তেওঁৰ পৰম দয়া পাপী তাপী কঙ্গাল জন্যে। 8