পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[.] পৱিত্ৰ প্ৰেমৰ উজল পোহৰ, দিয়া প্রভু পাপ মনে হে ॥ বিবেক কাণেৰে শুনোঁ যেন সদা, প্ৰকৃতিৰ বিভু গান হে বিশ্ব-মন্দিৰত, প্রেম-নিকুঞ্জত, ভক্তি আসনত বহি হে। চাম প্রাণ ভৰি, তোমাক শ্রীহৰি, বিশ্বাস-ইন্দ্ৰিয়-চকুৰে । চকুৰ আগত, ৰাখি তোমাক হাঁহি নাচি গাম জয়। কাণেৰে চুশুনা, হৃদয়ে নোপোৱা, ( হ'ম) আনন্দে মগন মই ৷৷ ৬৯ ৷৷ বাগিণী বেহাগ-তাল আড়াঠেকা। প্ৰাণৰ শ্রীহবিক কিয় পাহব। মন ? কিয় মোহ এন্ধাৰে পৰি হল৷ হতজ্ঞান ! কুবাসনাবোৰ এৰি, বোলোঁ যদি হৰি হৰি, পাব৷ মোক্ষ ফল, হব পাপ তাপ লীন। মৌ-সোৱাদ হবিনাম, জঙ্গী মন অবিবমি, যদি পাব খোজঁ। দেখা তেওঁৰ শ্ৰীচৰণ ॥ সত্য ৰূপ পূর্ণজ্ঞানী, মহাশক্তি অন্তর্যামী, শুভ্র সচ্চিদানন্দ অনন্ত মহান ॥ দৰ্শনে পাপ লীন, পৰ্শনে মোহ হীন, হব৷ তুমি সদা লোৱ৷ সেই নাম মন ৷৷ ৭০ ॥