পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৯ ] শান্তিহীন নাৰী নৰে, দয়া বৰ্ষ। অজস্রে, তুমি হে নিঝৰা কৰুণাৰ ॥ ৬৭ ॥ ৰাগিণী খাম্বাজ-তাল একতালা। পৱিত্ৰ মনেৰে আজি সবে মিলি, ভক্তি প্ৰীতিৰসে পূজোঁহে৷ মজি, —বঢ়োৱ৷ উদ্দেশ তরু। - নাই জ্ঞান বুদ্ধি আমি মুঢ় অতি, তব কৃপা বিনা নাই আন গতি, ককণা বিতৰি দিয়৷ শুভ মতি, প্ৰণাম কৰিছে। তব চৰণে, —বঢ়োৱাঁ উদ্দেশ তক। এই ভিক্ষা মাগোঁ কৃপাৰ সাগৰ কপা-পানী দানে গুচুৱ৷ আমাৰ, দুৰ্ম্মতি দূৰাশা সকলো, ঈশ্বৰ, সদা শুভ কাজে থাকে যেন মন ; -বঢ়োৱাঁ উদ্দেশ তক ॥ ৬৮ ॥ সঙ্কীৰ্ত্তন। প্রভু দয়া কৰ। দীনে হে। করুণা তোমাৰ, অগাধ অপাৰ, কোনে বৰণিব পাৰে হে ? অঠাই কৰুণাসাগৰে তোমাৰ থোৱ৷ মোক বুকৱাই হো