পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৯ ] শান্তিহীন নাৰী নৰে, দয়া বৰষ। অজস্রে, তুমি হে নিঝৰ| ককণাৰ ৷৷ ৬৭ ॥ ৰাগিণী খাম্বাজ—তাল একতালা । পৱিত্ৰ মনেৰে আজি সবে মিলি, ভক্তি প্রীতিবসে পূজোঁহে৷ মজি, —বঢ়োৱাঁ উদ্দেশ তরু। নাই জ্ঞান বুদ্ধি আমি মুঢ় অতি, তব কৃপা বিনা নাই আন গতি, করুণা বিতৰি দিয়৷ শুভ মতি, প্রণাম কৰিছোঁ তব চৰণে, LE —বঢ়োৱ। উদ্দেশ তৰু । এই ভিক্ষা মাগোঁ কৃপাৰ সাগৰ কৃপা-পানী দানে, গুচুৱ৷ আমাৰ, দুৰ্ম্মতি দূৰাশ৷ সকলো, ঈশ্বৰ, সদা শুভ কাজে থাকে যেন মন ; —বঢ়োৱাঁ উদ্দেশ তক ॥ ৬৮ ॥ সঙ্কীৰ্ত্তন। প্রভু দয়া কৰাঁ দীনে হে। করুণা তোমাৰ, অগাধ অপাৰ, কোনে বৰণিব পাৰে হে ? অঠাই করুণাসাগৰে তোমাৰ থোৱাঁ মোক বুৰুৱাই হে।