পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৫ ] বাকে প্রেম-সুধ৷ আজি, সঙ্গীত মোহিনী হিয়! বুৰিল প্ৰেম-বসে । চিৰ জ্যোতি পাইছে। আজি, অজ্ঞান-জাল গুছিল হে । তযু সুন্দৰ ৰূপ আজি প্রকাশিত, প্রেম-ৰসে তিতা অন্তৰে । আকুল পৰাণে খোজে আজি নাথ, ৰাতি দিন সদা তব সঙ্গ হে ॥ ৫৮ ৷৷ ৰাগিণী পিলু বাহাৰ-তাল যৎ । তুমি হে অসীম যুজাক জানিলোঁ ইমান দিনে। গোলোক ভূলোক একেভাৱে প্ৰভু ৰাখিছাঁ অধীনে ॥ সুশিক্ষিত সেনাপতি, আছে হে বিবেক অতি, নিমিষতে শত্রু কাটি আনে তোমাৰ চৰণে। সাহ ধৈর্য্য ধৰ্ম্মবোৰ, শিক্ষিত সেনা তোমাৰ, স্বর্গ-বজ্র-হিলৈ দিহে পাপীৰ গাত সদায় হানে। কৰিলে। কিমান পাপ, সহিব নোৱাৰে। তাপ, দিয়াঁ শান্তি কিম্ব৷ মাৰ৷ যিহকে ধৰে হে মনে৷৷৫৯৷৷ 11 বাগিণী ঝিঝিট—একতালা। গোৱা গোৱ৷ গোৱ৷ সবে তেওঁৰ মহিমা-গান। ৰঙ্গে পূৰ কৰি ভাই আজি সকলোৰে মন ॥