পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২২ ] বাগিণী সুট মল্লাৰ — তাল কাৱালী । জগতৰ অধিবাসী সবে হই এক প্রাণ ; একে লগে কৰা সবে আজি হৰি গুণ গান । দীন দুখী ধনী ৰজা সকলে| হই সমান, হবি নাম লোৱা সবে এৰি মিছা অভিমান। পাপহাৰী, তাপহাৰী, হৰি নিত্য নিৰঞ্জন । হৰি নামে তৰে পাপী, হৰি দুখীয়াৰ ধন। পাবা হে ঐহিক সুখ, পবলোকে পৰিত্ৰাণ, এন্থৱা হৰিৰ নাম নকৰ। কিন্তু কীৰ্ত্তন ॥ ৫২ | ঠেছ কাৱালী—রূপক । প্ৰভু মূৰাৰী, ভৱসাগৰ কাণ্ডাৰী। প্রভু অনাথ আশ্রয় তুমি করুণাময়, দীন দয়াময়- দয়া কৰা বিষয় বিষে উদ্ধাবি। তুমি হখহাৰী, সত্তাপ সংহাৰী। তুমি ত্রাণকাৰী, বিপু নিবাৰি । কপা কৰাঁ কিঙ্কৰে ভৱে নিস্তাৰি ॥৫৩ ৷৷ ৰাগ মেঘ — তাল একতালা । - কৰাঁ হে করুণা কৰ। হে মোক, তাৰাঁ হে অধমতাৰিণী। বিষয়-খালত, পৰি প্ৰায় মৃত, হ'লো হে দুখনিবাৰিণী ।