পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১৯ ] বেহাগ—আড়া। নাথ ! ক্ষমা হে জগৰ । অবোধ সন্তান আমি নুশুনি তোমাৰ হাক কৰিলে৷ কুকাজ কত ? এৰিলে৷ ধৰ্ম্মৰ বাট, হলোঁ হে কুপথগামী। দিল। কত উপদেশ, স্নেহ দয়া নাই শেষ, নিদিলে৷ কাণত মই সেই সুবচন। হায় ! মই কি কৰিলোঁ, গছকি ভাঙ্গি পেলালোঁ, সেই শান্তি, সকলো জানিছ৷ অন্তৰ্য্যামী ॥ ৪8 | সঙ্কীৰ্ত্তন। মই দুখীয়া ভিক্ষা মাগিছোঁ। কৰাঁ রূপানাথ, ভৰিত ধৰি মাতিছোঁ। বৰ আশা কৰি আহিলোঁ প্রভু ( কিবা পাম বুলি ) মোৰ ভগ৷ ঘৰ তাত থকা কঠিন, দিয়। তোমাৰ শান্তিৰ আলয়, (পাপ-পানী হুরুষে তাত ) মই মগনীয়া, একো যে নাই, তোমাৰ চৰণ ধূলি ধন দিয়৷ প্ৰভু ! (হেৰ| কৃপাময় ) || ৪৫ ॥ -- বাগিণী বাহাব—তাল একতালা। সংসাৰৰ মাজে, অমৃত দুৱাৰে, আমি অতি সক নব । ধূলি ধেমালীৰ, ই পাপ শৰীৰ, তুমি পিতা জগতৰ ৷ সংসাৰৰ মাজে, শান্তি শান্তি বুলি, ফুৰিছোঁ চিয়ঁৰি হায় ॥ শান্তি যে, নেপাওঁ, যলৈকে যাওঁ, পৃথিবীত শাস্তি নাই ৷৷