পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[*] নাথ নাই আশ৷ মোৰ, এই পাপ জীৱনৰ, দুখৰ জীৱনে আজি, শান্তি-সুধা দিয়াঁ ॥ ৪১ কথকতাঙ্গ। জীৱন-সথা হে, এৰি নেযাবা গেলাই। সখা হে অ'মোৰ প্ৰাণৰ সথা, যোৱ। যদি এবি হায়, দুটা কথা নুশুনানে হে ? ভৰিত ধৰি কওঁ, আজি মিনতি কৰি, ইফালে হবি,—হৰি এবাৰ চোৱাহে। তোমাক হেৰাই, আজি অঠাই সাগৰে, বুৰি মৰে। বুৰি মৰে। হে । তা’মোৰ হৃদয়-প্রভু ! মৰে৷ মৰে৷ তাত হানি নাই, মুঠে এয়ে ধিয়াওঁ, হবি এয়ে ধিয়াওঁ যেন অন্তিম কালত চৰণ পাওঁ ॥ ৪২ ॥ 111 গীত। করুণ কণ্ঠেৰে কাকূতি কৰিছোঁ, করুণাময় কাতৰে। কপ৷ কৰি কলি কালকূট কাটি কৰুণা কৰ। কিঙ্কৰে ৷ কলি-কলুষৰ কাৰণে কতনো, কামাদিয়ে ক্ৰৰ ৰূপে। কষ্ট দিয়ে, কিঞ্চিৎ কটাক্ষ কৰ। হে কঁপে কায় কষ্ট-কূপে৷ কবাল কবল বিকটাই কালে, কেনে কট মট কৰি, কৰ কৰ কৰি, কৰচিছে দাঁত, কবে কাল দণ্ড ধৰি ৷৷ কালৰ কঠিন কষ্ট কাটিবাক, কোৱাঁ কি কৰ্ম কৰোঁ? কপা কৰ৷ কান্ত! কৰিছে৷ কাকূতি,ক্বতাত্তৰ কোপে মৰোঁ ॥৪৩৷৷