পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[>>] ৰাগিণী নট বেহাগ-তাল ঝাঁপতাল । জয় গৰম পিতা মঙ্গলময় সনাতন। করুণা আধাৰ সত্যৰূপ নিৰঞ্জন। জয় বিশ্বপিতা—অনন্ত বিধাতা পৰমেশ্বৰ জয়, জগত কাৰণ ৷৷ ৩৬ ॥ ভয়ৰোঁ—-ঠুংৰি । জয় শিব শঙ্কৰ, প্ৰভু হে মহেশ্বৰ, সত্য ৰূপ সচ্চিদানন্দ এ মহিমা তোমাৰ, অগাধ অপৰি, কীৰ্ত্তি তব অতুলন এ ॥ পৃথিবী গগন, নদ নদী বন, পূর্ণ তব যশে, পোহৰে ৷৷ সকলোৰে তুমি; স্নেহৰ জননী, অনাথৰ তুমি নাথ এ ৷ সভক্তি অন্তৰে; পূজো বাৰে বাৰে তোমাৰ পদকমল এ ॥ ৩৭ ॥ ৰাগিণী ঝিঁঝিঁট——তাল কাশ্মিৰী থেম্‌টা। হাঁহা হে পৰাণ হাঁহাঁ, আনন্দে হাঁহাঁ হে। পালে৷ দেখা দয়াময় প্রাণেশ্বৰক হে ॥ মনৰ ৰঙ্গেবে হালি জালি, হবি বোল। দুহাত তুলি, প্ৰেমত বলীয়া হই হবি হৰি বুলি নাট৷ হে ॥ ৩৮ ॥