পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১ ] ৰাগিণী বাৰোৱা—ঠুংৰি । কৰ৷ আজি সবে ঈশ-গুণ গান, আনন্দত অবিশ্রাম। পাপ তাপ দূৰে যাব পাবা ন জীবন। দূৰে যাব ঠেক ভাৱ, অনন্তে হব৷ উধাও, বসাল দয়াল নাম অমৃত সমান। সংসাৰে বিপদকালে দয়াময় বুলি কান্দিলে, ভয়, তাপ, দূৰে যায় দুখৰ পৰে ছন্ ৷৷ ২২ ॥ বাগেশ্রী—আড়াঠেকা। করুণা বিতৰি প্ৰভূ দিয়ঁ। শান্তি পদছাঁয়া। মঙ্গল নিলয় আনি কৰা শুদ্ধ পাপ-হিয়া ।। দিয়৷ জ্ঞান শুভমতি, কাকূতি কৰিছে৷ অতি, সংসাৰ অৰণ্যে আজি, স্থপথ দেখুৱাই দিয়।। আমাৰ উদ্দেশ তক, কুশলে ৰাখিব৷ হবি, তোমাৰ কৃপাত যেন দিনে তাৰ বাঢ়ে কায়া ॥ ২৩ ৷৷ বেহাগ—একতালা । মাতিছোঁ শ্রীহৰি কৰি কৰযোৰ । আই৷ হৰি কৃপা কৰি, হৃদয়-মন্দিৰে মোৰ ৷৷ বিবুদ্ধি-সাগৰে পৰি, মাতিছে৷ কাকৃতি কৰি, নেৰিব| তোমাৰ দাসে, দেখি পাপী মহাঘোৰ । নিজ-গুণে দয়া কৰি, তাৰ৷ মোক দয়াল হৰি, অভয়চৰণে সঁপি দিলে৷ কায়মন মোৰ ৷৷ ২৪ ॥