পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ] পুৰবী—আড়া। ভৱ সাগৰত পৰি কিয় ভোল হলী মন? সংসাব-জালত ভাই কিয় হল৷ অচেতন ? ধৰ্ম্মপুণ্য-বাট এৰি, পাপক লাখুটি কবি, কিয় ফুৰা সদ৷ লৰি আন্ধাৰে হই মগন। সোৱঁ বা নিজৰ দেশ, ভজা মন পৰমেশ, সত্যজ্ঞান পূর্ণব্রহ্ম, জগত আদিকাৰণ ৷৷ ১৪ । বাহাব—একতালা। আহঁ৷ আজি আহঁ৷ সবে অনিন্দ উলাহ মনেবে, পূজেঁ। কৃতজ্ঞ হৃদয়ে বিভূ-পদ ভক্তি-ফুলেৰে। পাপ তাপ দূৰে যাব, হিয়৷ সুখ-সাগৰে ভাহিব, নাচিব আনন্দ-ঢউৰ লগে লগে। হৃদয় নীল আকাশ মাজে পোহৰ পুণ্য-বেলিয়ে, শোভি গুছাব এন্ধাৰ সত্য-পোহৰেৰে । জয় দয়াময়, জয় দয়াময়, গোৱ৷ মুকলি মনেৰে। উঠক সি ধ্বনি ভেদি গগণ ভীষণ বৱেৰে ৷৷ ১৫ ৷৷ ললিত—আড়া। সংসাৰ-সাগৰ মাজে শ্রীহবি নাম সম্বল। নিৰাশৰ আশা হৰি, দুৰ্ব্বসীৰ হৰি বল ৷ হৰি অগতিৰ গতি, হৰি অনাথৰ গতি, হৰি বিনা নাই গতি, পাপীতাপীৰ দুৰ্ব্বল ॥