পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেহাগ—আড়া। মন জপোর। নয়ন। জপোর। লাহে লাহে ধীৰ সমাহিত চিতে, বহাঁ ভক্তিৰ সইতে, আকঁ৷ হবি চিত্ত-গটে,—মন জপোর। নয়ন; যদি পাপে স্থবেশেৰে, আহি মোহিনী মাতেৰে মাতে, তেনে করা, দূৰে কৰিব গমন॥ ৯ ৷ তুমি চকুৰ আবৰণ । পাহাড়ি—একতালা। মেল৷ হে অবোধ মন মেল| হে নয়ন। মোহ এন্ধাৰত কিয় নিদ্ৰা অচেতন ৷৷ পাপে তাপে দেহ ক্ষীণ, মোহ মদে জ্ঞান হীন, চোৱাঁ তোমাৰ বিলাই, চোৱাঁ তুমি অতি দীন ৷ মুকলি কৰাঁতে মন, তব মুদ্রিত নয়ন, চোৱ৷ চকু মেলি আজি চিৰজ্যোতি নিৰঞ্জন। মাত৷ ব্যাকুল মাতেৰে, কান্দ। করুণ সুৰেৰে দেখা দি কৰিব তেওঁ পাপ তাপ মোহ লীন ॥ ১০ ॥ ৰাগিণী সাহানা—তাল ঝাঁপতাল । শুনা মাতে জগজন দয়াল ঈশ্বৰে ৷ উঠা সবে যাওঁ, আজি শান্তিময় ঘৰে।