পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 5 ] পূৰুব অচলে উঠিছে বেলিটি চোৱাঁ কেনে বিভু-গুণ গায় । সেই-সুখ হাঁহি দেখি সবে হাঁহে জগতেও হাঁহে তাক চাই । ই প্রাতঃসময়ে পরিত্র হৃদয়ে ঈশনামে ভৰোৱা ভুবন, সি নামৰ বাৱে পশুপক্ষীমানবে পাহৰক দেহ মন প্রাণ। বতাহত মিলি গিবি শিবে লাগি হওক প্রতিধ্বনি তাৰ । নগৰে প্ৰান্তৰে গিৰি-গহ্বৰে উঠুক সি ধ্বনি অসংখ্য বাৰ ৷৷ ৭ ॥ ৰাগিণী জয়জয়ন্তী—তাল ঝাঁপতাল । তুমি হে কৰুণাময় তুমি বুদ্ধি তুমি বল বিপদ সাগৰে পৰি, মাতে যেবে জীৱে কান্দি, তব পদাশ্রয় পাই, বলহীন বলী হয়, দীনে দিয়৷ দৰ্শন, পাপতাপ কৰি ছন্ পাপীতাপীৰ ভৰশা। তুমি শক্তি তুমি আশা। পাৰ তাৰ নাহি হেবি, দিয়া আশা-তৰি, শান্তি দিহে দে কত পাপী তৰি যায়, পাই তোমাৰ হি কৃপা। পৱিত্ৰ হওক মন, হিয়াক কৰাঁহে নিকা ॥ ৮ ॥