পৃষ্ঠা:ধৰম গিত.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
খ্ৰিষ্টলৈ সিস্যৰ পাৰ্থনা।

৭৭

Prayer for preserving Grace.
Gospel Call. 8, 7.

প্ৰভু আমাক দায়া কৰি,
 ৰাখা তুমি মৰনত;
সৰ্বকালে থাকিম পৰি
 অভই তোমাৰ চৰনত।

আমাৰ আৰ্জিত পাপৰ পৰা
 ৰাখা তুমি আত্মা ধুই;
তোমাৰ নামে উধাৰ কৰা,
 গুচুক আমাৰ পাপৰ জুই।

প্ৰভু, আমি তোমাৰ কুটম
 পৰি কৰোঁ এই গোচৰ,
ক্ৰিপা কৰি দিয়া হুকুম,
 পাপ নাহক আমাৰ ওচৰ।

য়িচু আমাক নিবা তুলি,
 পৰিখালৈ নেৰিবা,
ফান্দৰ পৰা দাস জেন বুলি
 উধাৰ কৰি তুলিবা। ব, দ"