পৃষ্ঠা:ধৰম গিত.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা।

জয়ধনি, মহা প্ৰভু,
 সদাই কৰিম পৰলোক।
 ন. ব.

৭৬

Prayer for preserving Grace.
Peterborough. C. M.

জিমান দিন জগতৰ মাজত
 ৰাখিবা আমাৰ প্ৰান,
স্বৰগৰ আহাৰ দি প্ৰভু,
 ত্ৰিপ্ত কৰা আমাৰ মন।

জি কালত মৰন আহিব,
 পথত হবা আস্ৰই;
দোৰ্ঘোৰ জাতনাৰ পৰা গৈ
 গিত গাম আনন্দমই।

জি কালত আমি স্বৰগ সুখ
 আনন্দেৰে ভুঞ্জিম,
তোমাৰ আনন্দত সকল দুখ
 সেই বেলা পাহৰিম।  ন. ল.