পৃষ্ঠা:ধৰম গিত.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা।

৭৮

Prayer for the Conversion of Sinners,
Suffolk. 8, 7.

হে প্ৰভু জগতৰ স্বামি,
 কৰা ত্ৰান অধৰ্মি নৰ;
সকল প্ৰানি পাপৰ কাৰন
 ভাগি হৈচে নৰকৰ;
ক্ৰিপা কৰি দয়াল প্ৰভু,
 উপাই কৰা নিস্তাৰৰ।

ভুতৰ অনেক পাপৰ জৰিত
 বন্ধন হৈচে লোক সকল,
ভৱ সাগৰতে পৰি
 দুৰ্বল প্ৰানি ডুবি গল,
অনেক অনেক পাপৰ কৰম
 কৰি দণ্ডৰ পাত্ৰ হল।

প্ৰভু তুমি মুক্তি দাতা,
 কৰা মানুহৰ উধাৰ,
কানৰ পৰা খহাই দিয়া
 সকলোৰে পাপৰ ভাৰ,