পৃষ্ঠা:ধৰম গিত.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা।

৭৫

“Guide me, O thou great Jehovah."
Greenville. 8, 7.

মই অৰন্যৰ মাজত জাত্ৰিক
 নিবা ইস্বৰ, পথ দেখাই;
মই নিৰ্বলি, তুমি বলি,
 হাতে ধৰা মোক চলাই;
স্বৰ্গৰ পৰা নমা আহাৰ
 দিয়া ত্ৰিপ্তি কৰি খুআই।

খোলা মোলৈ সিলৰ ভুমুক,
 জিৱন দিঁওতা জল ওলাওক;
ৰাতিত অগ্নি দিনত মেঘে
 স্তম্ভাকাৰে আগেই জাওক;
বলৱন্ত নিস্তাৰ কৰ্তা,
 জাত্ৰাত মোৰ কুসল কৰাওক।

জেতিয়া মই য়ৰ্দানৰ তিৰে
 ওলাম চাৰি ইহলোক,
মনৰ ভই সংসই দুৰ কৰি
 কিনান পাৰে থবা মোক;