পৃষ্ঠা:ধৰম গিত.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা।

তেতিয়া সকল ভই দুৰ কৰা,
 থোআ প্ৰভু স্বৰ্গৰ পাৰ;
  গিত প্ৰসংসা
কৰিম গান সদাই তোমাৰ। প. স.

৭৪

Prayer to Christ for Salvation.
Treasure. 8, 7.

প্ৰভুৰ নামত কৰোঁ স্তুতি,
 নেৰিবা দুখৰ কালত,
সেসৰ দিনত কৰা মুক্তি,
 নিবা প্ৰভু নিজ থানত;
সাধু সকলৰ লগত
ৰাখা তোমাৰ আনন্দত।

সংসাৰৰ মায়া গুচুআ,
 দিয়া প্ৰভু সত্য গিয়ান;
পৰিখাৰ পৰা তৰোআ,
 দিয়া পৰম আত্মা দান;
আমাৰ নিবেদন প্ৰভু
কান দি সুনা, হে য়িচু।   ন. ল.