পৃষ্ঠা:ধৰম গিত.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা।

 ইমান দায়া
প্ৰভু আহি কৰিলা।  ব. দ.

৭৩

" Guide me, O thou great Jehovah."
Greenville. 8, 7.

মোক দেখুআ, হে য়িহোৱা,
 সুপথ এই ঘোৰ অৰন্যত;
বলৱন্ত প্ৰভু তুমি
 ৰখ্যা কৰা দুৰ্বলত;
  স্বৰ্গৰ পৰা
 নমা আহাৰ দিয়া মোক।

প্ৰভু মোলৈ খুলি দিয়া
 জিৱন ৰুপ জলৰ ভুমুক;
স্তম্ভাকাৰে আপোন আত্মা
 মোৰ আগে আগে চলোক;
  বলৱন্ত
 ত্ৰান কৰ্তা হে ৰাখা মোক।

জেতিয়া মই য়ৰ্দানৰ তিৰত
 ওলাই এৰিম এই সংসাৰ,