সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা।

৭২

Prayer for Divine Guidance.
Greenville. 8, 7.

য়িচু আমাক দায়া কৰি
 নেৰিবা সংসাৰত আৰ,
আপোন হাতে বঠা ধৰি
 ভৱ নদি কৰা পাৰ;
  প্ৰভু আমাক
 কোখত ৰাখা আপোনাৰ।

তোমাত আসা সদাই আমাৰ,
 নিতৌ ৰাখা মন ফিৰাই,
কৰিম স্তুতি ওৰেও তোমাৰ,
 খেদা ভুতৰ মন সংসই;
  প্ৰভু য়িচুৰ
 আগ্যা পালি থাকিম গৈ।

তুমি আমাৰ মৰম জানি
 প্ৰিথিবিলৈ আহিলা,
উধাৰ সাঁকো দিলা অনি
 তিন দিন ম্ৰিত্যুত থাকিলা;