পৃষ্ঠা:ধৰম গিত.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
খ্ৰিষ্টলৈ প্ৰাৰ্থনা।


সি সকলো নষ্ট হই,
খ্ৰিষ্টত বাজে সন্তোস নাই।

অসিম সুখ মই জদি পাঁও
তেওঁ মোৰ পাপৰ মোচন চাও;
তোমাৰ আস্ৰইত মুক্তি পাম,
অন্য আস্ৰয়ে নৰ্কি হম।

মই নৰাধম অধমি
তোমাৰ আগ্যা উলংঘি;
কিন্তু এই মোৰ দ্ৰিঢ গিয়ান
খ্ৰিষ্ট আস্ৰয়ে নিচই ত্ৰান।

প্ৰভু দিওক পবিত্ৰ মন,
য়িচু এই মোৰ নিবেদন;
সকল লোক জেন ৰখ্যা পাই
খ্ৰিষ্টত বাজে উধাৰ নাই।
 জ. ম. বং