পৃষ্ঠা:ধৰম গিত.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
খ্ৰিষ্টলৈ প্ৰাৰ্থনা।


জগত মুক্তি হোঅৰি কাৰন
 কৰিচিলা জিৱন দান।

স্ৰিষ্টি খনে কৈল্যান সুনি
 আসা কৰি পাই নিচই,
বিস্বাস কৰি লোকত বোলোঁ,
 খ্ৰিষ্টৰ ক্ৰিপাত ৰখ্যা হই,
পাপি জনে খ্ৰিষ্টৰ নামে
 আস্ৰই ললে ৰখ্যা হই।

জ, চ. ব৹৲

৬৭

Longing for Christ.

Latrobe. 7.

প্ৰভু য়িচু দয়াবান,
সুনা মোৰ এই নিবেদন,
মই আপোনাৰ ক্ৰিপা চাঁও,
তোমত বাজে নষ্ট হঁও।

সংসাৰিক সুখ হব কি?
ধনে মান্যে লভ্য কি?

ঙ২