পৃষ্ঠা:ধৰম গিত.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
খ্ৰিষ্টলৈ পাপিৰ প্ৰাৰ্থনা।

৬১

The Sinner's Plaint.

Pleading Savior. 8, 7.

হাই হাই, প্ৰভু, কি নো জনম
 ধৰিলোঁ এই সংসাৰত?
উপজি এই পাপত পৰি
ডুবিলোঁ পাপ সাগৰত,
  নিস্তাৰ কৰা
আমাক এই পাপৰ ভাৰত।

ভুতৰ মায়াৰ জৰিত আমাক
 ৰাখিচে বন্দি কৰি,
তাতে আচোঁ পৰি দুখে,
 কেনে ৰুপে জাম তৰি?
  দয়াল য়িচু,
মেলি নিয়া পাপ জৰি।

জত দিনলৈকে আমাক
 ৰাখিবা এই জগতত,
সিমান কাললৈকে তুমি
 আস্ৰই হবা সঙ্কটত;