পৃষ্ঠা:ধৰম গিত.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
খ্ৰিষ্টলৈ পাপিৰ প্ৰাৰ্থনা।

 সেসৰ কালত
ৰাখা তোমাৰ আনন্দত।   ন. ল.

৬২

Prayer for Salvation.
Pleading Savior. 8, 7.

আমি অতি দুষ্ট পাপি,
 কেনে ৰুপে পাম নিস্তাৰ?
ভুতৰ অনেক ফান্দৰ জৰি,
 কি মতে হাত সাৰিম তাৰ?
  দায়াল য়িচু,
 কৰা পাপৰ সাগৰ পাৰ।

তুমি বিনে আস্ৰই আমাৰ
 নাহিকে এই সংসাৰত;
এই নিমিতে জাস্না কৰোঁ,
 নেৰিবা পাপৰ ভাৰত;
  পাৰকৈ নিয়া।
সকল পাপৰ সাগৰত।  ন. ল.