পৃষ্ঠা:ধৰম গিত.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
খ্ৰিষ্টৰ উঠান।

৫৪

“Wide, ye heavenly gates, unfold."
Axton. 7.

মেলা স্বৰ্গৰ দুআৰ বহল,
 চিৰস্থায়ি দিপ্তিমন্ত;
দঙ্গা হওক কপাট সকল,
 সোমাওক ৰাজ মহিমাৱন্ত।

সুনা প্ৰস্ন মাত সুন্দৰ,
 কোন এই ৰজা সক্তিমান?
স্বৰ্গৰ গায়ন দি উতৰ
 কৰে অমৰ মুখে গান;

জয়ৰ প্ৰভু সক্তিমই,
 জুধত মহা বলৱন্ত,
মৰনকো কৰে জই,
 তেঁৱেই ৰাজ মহিমাৱন্ত।

তেঁৱে কৰিলে বিনাস
 নৰ্কৰ চইতান ভুতৰ বল;
কাৰ্হি নিলে আপোন দাস,
 কৰি ক্ৰই মৈদামৰ তল।

ঘ ৪