পৃষ্ঠা:ধৰম গিত.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
খ্ৰিষ্টৰ উঠান।

৫৩

" Angels, roll the rock away."
Rosefield. 7.

সিল বগৰোআ, স্বৰ্গৰ দুত,
কৰা, ম্ৰিত্যু, তেঁওক মুকুত;
অমৰ সৰিল সোভাকৰ
তেঁও উঠিচে মৈদামৰ।

গায়ন সকল স্বৰগৰ,
বলোআ ধনি, কালিৰ স্বৰ;
জগত সিমাৰ সৰ্ব লোক
সেই আনন্দিত ৰাও সুনোক।

তোলা, য়িচুৰ দাস, নয়ন,
দেখা স্বৰ্গে তেঁওৰ উঠন;
তেঁওলৈ বাট চাই জি মণ্ডল,
সেই ওপৰে জয়ে গল।

জই জই কৰা সৰ্বোপৰ,
চিৰাফ কিৰুব লোক অমৰ;
সোনৰ গুন বুলুআ বিন,
তেঁওৰ প্ৰসংসাত নিয়াই দিন।
 ন. ব.