পৃষ্ঠা:ধৰম গিত.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
খ্ৰিষ্টৰ মৰন

৪৯

Death of Christ.
Sovereign Grace, Warren. 7.

বাৰে জনৰ এজন গৈ
পোৰোহিতৰ ত্ৰিচ ৰুপ লৈ,
অতি চলে ফন্দ কৰি
দিলেগৈ প্ৰভুক ধৰি।

স্বৰ্গৰ ইস্বৰ প্ৰভু মোৰ
দুখ পালে অতি দুৰ্ঘোৰ,
পেৰেঙ্গনিত দেহ আৰি
পাপিৰ কাৰন প্ৰান চাৰি।

মৰিল পাপৰ জামিন হুই
মইদামতে তিন দিন সুই,
তাতে কৰি পাপৰ খাই,
উঠিল ম্ৰিত্যুক কৰি জই।

এই কথা শুনি জি লই,
আহি কৰোক তেঁওত আস্ৰই,
সাৰিব জাতনা দুখ,
পাবগৈ অনন্ত সুখ।  ব.দ.