পৃষ্ঠা:ধৰম গিত.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
খ্ৰিষ্টৰ দুখ ভোগ।


দিয়া তোমাৰ মোহৰ মাৰি,
 কৰা বন্ধন পাপি মন;
সেসৰ কালে অনাথ দাসক
 দিবা ঠাই তোমাৰ চৰন।  ন. ল.

৪৮

The Sufferings of Christ.
Kentucky. S. M.

প্ৰভু তোমাৰ সৰিল
 কেনে ৰুপে ভাগি,
এৰি কাঠিত আপোন প্ৰানিক
 দিলা প্ৰানিক লাগি।

এনে ৰুপে প্ৰভু
 অতি দুথে পৰি,
পাপিৰ কাৰন উধাৰ সাঁকো
 দিলা দায়া কৰি।

এনে প্ৰভুৰ মৰম
 আমাৰ মনে জানি,
কৰোঁ তোমাক স্তুতি নতি
 অতি প্ৰিয় মানি।  ন. ল.