পৃষ্ঠা:ধৰম গিত.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
য়িচু ত্ৰান কৰ্তা।


আমালৈ মেলি নৰ্কৰ বান্ধ
 জন্মালে স্বৰ্গৰ আস।

এই প্ৰেমৰ সম্বাদ সুনিলে
  হওক স্ৰিষ্টি খনৰ ৰাও,
স্বৰগত বোআ হওক সোনাৰ বিন,
 তেও নুঠে জোগ্য স্তও।   ন. ব.

৩৯

Incarnation and Death of Christ.
Scotland. 6, 12.

ইস্বৰ সৰ্বপৰম
আমাৰ চিন্তি মৰম,
আপোন পুত্ৰ ইষ্ট
প্ৰভু য়িচু খ্ৰিষ্ট
প্ৰিথিবিলৈ পাঁচি
উধাৰ দিলে জাচি;
মৰিল পেৰেঙ্গনি,
তেঁওলৈ জয়ধনি।

জই জই প্ৰভু য়িচু, নিস্তাৰ পেৰেঙ্গনি,
য়ৰ্দান সিপাৰ গলে কৰিম জয়ধনি।