পৃষ্ঠা:ধৰম গিত.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
য়িচু ত্ৰান কৰ্তা।

নৰৰ অৱহেলা
য়িচু মৰা বেলা,
সুৰ্জে মুখ ঢাকিলে
ভুমিও কঁপিলে;
এনে কাম বিপৰিত
দেখি বৰ আচৰিত,
ডৰাই সকল লোকে,
মন পুৰিলে সোকে।

য়িচু মৰাৰ পৰে
মৈদাম বন্ধন কৰে,
তেঁও গৈ পৰলোকে
জিনিলে ম্ৰিত্যুকে,
পুনৰ জিৱন পালে,
মৈদামৰ ওলালে,
সিস্যক কৰি মৰ্সন
আপোন দিলে দৰ্সন।

সিবিলাকত কৈচে,
ত্ৰানৰ সিধি হৈচে,

গ ৪