পৃষ্ঠা:ধৰম গিত.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
য়িচু ত্ৰান কৰ্তা।

 অকল খ্ৰিষ্টে
সকল দুখত তাৰিলে।  ন. ল.

৩৮

“Plunged in a gulf of dark despair."
Barby, Cambridge. C. M.

পৰি ঘোৰ অন্ধকাৰৰ কুণ্ড
 মজিলোঁ তাত নিৰাস,
এক ফিৰিঙ্গটিৰো কিৰন
 নে দেখিলোঁ প্ৰকাশ।

ক্ৰিপাৰে চালে দায়ানাথ
 আমাৰ অসিমা দুখ,
তাত পাপিক লাগিল কৰুনা,
 তিয়াগিল স্বৰ্গৰ সুখ।

উৰি আহিলে হৰ্সিত মন
 চাৰি দিপ্তিৰ আলই,
সোমাল মৈদামত মৰ্ত্য ৰুপ,
 উঠিলে ম্ৰিত্যুঞ্জই।

এই ৰুপে ভুত চইতানৰ বল
 তেঁও কৰিলে বিনাস,

গ ৩