পৃষ্ঠা:ধৰম গিত.djvu/৪০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২

জানুআৰি মাহৰ ১৭ দিনত সেই বেদনা আ- কও টান কৰিলে, আৰু ভৰি বৰকৈ উখহিল, গীতে উঠি বহিবৰ সক্তি নাই কিয়া হল। পাচে ডক্তৰ চাহাবৰ দৰব খালত ইস্বৰৰ অনুগ্ৰহত আকও গা বাৰু কৰি জাহাজৰ ভিতৰ খোঁটালিৰ পৰা ওলাই ঢাপৰৰ ওপ- ৰত হেৱা খাবলৈ গৈ ফুৰিব পৰা হৈচিল। পাচে ২২ দিনত পুনৰ্বাৰ টান কৰি লাহে লাহে বল গুচি মৰনৰ দিনলৈকে আকও উঠি ফুৰিব নোঅৰা হল। ২২ জানুআৰিৰ পৰা ৯ দিনৰ ভিতৰত কেতিয়াবা কেতিয়াবা উখাহ নিৰুধ হৈ স্বাস টানি টানি আচিল। ২৪ দিনৰ আবেলি বেলা আমাৰ লগত তেঁওৰ এই ইষ্ট গিত গান কৰিলে।

পবিত্ৰ আত্মালৈ প্ৰাৰ্থনাৰ গিত।

প্ৰভুৰ ওচৰে মোৰ গমন
 জেন হব মন সিতল,
পথতে দিয়া মোক পহৰ,
 সান্তনা, প্ৰেম নিৰ্মল।