পৃষ্ঠা:ধৰম গিত.djvu/৩৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০

ৰত অক্তোবৰ মাহৰ ২৯ দিন হলত চাহাব আৰু মেম চাহাব চাৰি জন লৰাই সৈতে গুআহাটিৰ পৰা জমুনা নামে ভাপ জাহাজত

উঠি জাবলৈ ধৰাত, তেতিয়া মিতিৰ আৰু মণ্ডলি ইস্কুলৰ সকলোবিলাকে অহি বৰ খেদেৰে, আমাৰ মৰমিয়াল চাহাব আৰু মেম চাহাব আমাক এৰি কলৈ জোআ, এই বুলি অনেক দিন কান্দি আচিল।

 গুআহাটিৰ পৰা গৈ কলিকতা পালত আকও সেই বেদেনা টান কৰিলে। তাতে সকলোএ কৈচিল, কি জানি দেস পাবলৈ জিয়াই নে থাকিব। আমেৰিকা দেসৰ বৰ্পি নামে আন এজন মিস্যনেৰি চাহাব আৰু মেম চাহাব সৰিল স্বস্থ হবৰ নিমিতে দেশলৈ জাবৰ মনেৰে অহাতে বাৰ্কৰ চাহাবে কলিকতা-