পৃষ্ঠা:ধৰম গিত.djvu/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুভ বাত্ৰা কিৰ্তন কৰিবলৈ বৰ মন হোআত সিবিলাকৰ কথা নু সুনে। পাচে ১৮৪৮ সঁকৰ বচৰত গা অতি দুৰ্বল হৈ জোআ দেখি, আৰু কিৰ্তন কৰিবলৈ বল নাই কিয় হলত তেঁও সাগৰ হেৱা খাবলৈ মল্‌মাইন নগৰলৈ গল; পৰে চ মাহৰ মুৰত উভতি আহিল, কিন্তু এফেৰিও গা ভাল ন হল। পাচে ইস্বৰৰ ইচা জানিবলৈ অনেক প্ৰাৰ্থনা কৰি আমেৰি-

কা দেসলৈ জাবলৈ থিৰ হোআত, তিৰোতাই সৈতে বৰ অসন্তোস মনেৰে জাত্ৰা কৰিবৰ নিমিতে উপাই কৰিলে। ১৮৪৯ সঁকৰ বচ-

ক ৪