পৃষ্ঠা:ধৰম গিত.djvu/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হিব? কিন্তু বুৰি মাকে সোক পাই সুধিব নোআৰিচিল; মই আকও প্ৰিয় পুত্ৰক দে- খিবলৈ এসা ন কৰোঁ, ইয়াকে মনতে ভাবি- চিল। তেতিয়া মেম চাহাবে কলে, দেও পুজ- কৰ মাজত তোমাৰ পুত্ৰই স্বৰুপ ধৰম সি- কাই আচে; মই জানিচোঁ, তোমোলাক আৰু তোমাৰ পুত্ৰৰ দোআৰাই দেও পুজকৰ মা- জৰ জি ধৰমিহঁত, দুয়োবিলাক মৰাৰ পাচে স্বৰগত একে লগ হৈ ওৰেও সদাই স্তুতি কৰিব; ইয়াকে বুলিলত বুৰি মাকে সান্তনা হৈ কন্দা এৰিলে।

 আমাৰ প্ৰিয় বাৰ্কৰ চাহাবে সিৱসাগৰ এৰি গুআহাটিলৈ জাবৰ পৰা বাৰে বাৰে নৰিয়া পৰি আচিল, আৰু সদাই ৰোগ গৰ্ভত থাকে। কেতিয়াবা কেতিয়াবা টান কৰে, আৰু ডক্তৰ চাহাব লোকৰ অনেক অনেক দৰব খোআতো গা ভাল ন হই, এই নিমিতে মিস্যনেৰি ভাইবিলাকে তেঁওৰ আন একো উপাই নাই দেখি তেঁওক আপোনাৰ দেস- লৈ জাবলৈ পাঁচিলে। কিন্তু ইয়াত থাকি