পৃষ্ঠা:ধৰম গিত.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পবিত্ৰ আত্মালৈ প্ৰাৰ্থনা।

২৬

"Oh for a closer walk with God." Arlington. C. M.

প্ৰভুৰ ওচৰে মোৰ গমন
 জেন হব মন সিতল,
পথতে দিয়া মোক পহৰ,
 সান্তনা, প্ৰেম নিৰ্মল।

প্ৰভুত মোৰ আচিল কেনে ৰঙ্গ,
 প্ৰথমে পাই দৰ্সন!
অহ, কলৈ গল সেই সুখৰ কাল!
 মধুৰ জেন তাৰ স্মৰন।

আঁহা ফিৰাই, স্বৰ্গিয় কুপৌ,
 মোৰ খেমা কৰা দোস;
তোমাক খেদালে জি মোৰ পাপ,
 তাক ঘিনাঁও অসন্তোস।

তোমাৰ অহিতে জি জি লোভ
 মই প্ৰিতি কৰোঁ মন,
তাক কাৰ্হি পেলাওক, মোৰ ৰিদই
 হওক তোমাৰ সিংহাসন।   ন. ব.