পৃষ্ঠা:ধৰম গিত.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
পবিত্ৰ আত্মালৈ প্ৰাৰ্থনা।


পবিত্ৰ আত্মা, দুত কুপৌ,
বাস কৰা আমাৰ মন,
তাতে প্ৰভুৰ প্ৰেম বাকিলে
আমাৰ হই জলন।  ন. ব.

২৫

"At anchor laid, remote from home."
Uxbridge. L. M.

দেসান্তৰ থাকি দুখিত ভাও,
লঙ্গৰত লগাই ৰাখোঁ নাও;
এই ৰুপে বাট চাই বায়ুৰ আস,
কাৰ্হিচোঁ প্ৰাৰ্থনা নিস্বাস।

হে প্ৰিয় আত্মা, স্বৰ্গিয় বাত,
বলাই আহি পাল কৰা আট;
ক্ৰিপাকৈ ভজা উপকাৰ,
তাত ভৱ নদি হমগৈ পাৰ।

পাৰ হবৰ ইচা অতিসই,
কিন্তু দুৰ্বল, নোআৰোঁ মই,
পাল তৰোঁ মাথোন কৰি স্ৰম,
তোমাৰহে বতাহ পৰাক্ৰম।  ন. ব.