পৃষ্ঠা:ধৰম গিত.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
খ্ৰিষ্টৰ অৰ্থে ভবিস্যত বাক্য।

২৭

"To us a Child of hope is born."
Zerah. C, M.

আমালৈ এজন পুত্ৰ হই,
 জন্মিচে এক সন্তান;
ভুলোকো স্বৰ্গৰ সৈন্য সকল
 তেঁওক কৰিব সন্মান।

তেঁওৰ হব নাম মন্ত্ৰি আচজ,
 কুসলৰ মহিপাল,
ইস্বৰ অসিমা বলৱন্ত,
 পিত্ৰি অনন্ত কাল।

দাৱিদৰ উঠি সিংহাসন
 তেঁওৰ হব ৰাজ্য অসেস;
তেঁওৰ ধৰম সাসন, সোধ নিয়াই,
 বৰ্হাব দেসে দেস।

আমালৈ হৈচে এক সন্তান,
 কুসলৰ মহিপাল,
ইস্বৰ অসিমা বলৱন্ত,
 পিত্ৰি অনন্ত কাল।   ন. ব.