পৃষ্ঠা:ধৰম গিত.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
পবিত্ৰ আত্মালৈ প্ৰাৰ্থনা।

২৪

"Come, Holy Spirit, heavenly Dove."
Melody. C. M.

পবিত্ৰ আত্মা, দুত কুপৌ,
 লোআহি আমাত বাস,
এই চেঁচা মনত প্ৰভুৰ প্ৰেম
 দি কৰোআ উচাহ।

বগাইচোঁ সংসাৰ মায়াৰ জাল,
 ব্ৰেথাতে লাগি মন;
অনন্ত পৰম সুখলৈ
 নুঠে আমাৰ চিন্তন।

অনৰ্থক ৰুপে গাইচোঁ গিত,
 উঠিবৰ স্ৰম বিফল,
জইধনি মুথত ক্লান্ত হৈ জাই,
 ভক্তি আমাৰ অচল।

হে প্ৰিয় প্ৰভু, এনে ৰুপ
 হৈ থাকিম কিমান দিন?
আমালৈ তোমাৰ প্ৰেম প্ৰফুল,
 আমাৰ প্ৰেম কেনে হিন!