জি। ন হই আই, সিবিলাক তিনিও এক, একেই তিনি।
~~~~~~~~~~
সপ্তম কথোপকথন।
অগিয়ানিক নিন্দা ন কৰাৰ বিসই।
We must not ridicule the Ignorant.
জি। হেৰা আই, চোআচেন, আজি ৰাতি পুআ জইদেউৰ জিএক তাৰা, আমাৰ ঘৰলৈ আহিচিল।