পৃষ্ঠা:ধৰম গিত.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


 জি। হই, মানুহকো স্ৰজিলে।

 মা। ইস্বৰে কিহেৰে মানুহক স্ৰজিলে?

 জি। মাটিৰে।

 মা। মানুহৰ সৰিল মাটিৰে সাজি পাচে কি কৰিলে?

 জি। সেই সৰিলতে জিৱাত্মা আৰু প্ৰান সুমাই দিলে।

 মা। ইস্বৰে চ দিনতে সকলো স্ৰিষ্টি কৰি এঁটাই, পাচ দিনা বিস্ৰাম কৰি আমাক কি আগ্যা দিলে?

 জি। এই আগ্যা দিলে, বোলে, তোমোলাকে সপ্তম দিনক পবিত্ৰ ৰুপে মানিবা।

 মা। ইস্বৰৰ সেই আগ্যা কেনেকৈ মনা হব?

 জি। চই দিনত খোআ বোআ আদি কৰি ঘৰৰ সকলো সংসাৰিক কাম কৰি, সপ্তম বাৰে ইস্বৰৰ ভজনা কৰিব লাগে।

ক ৪