এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম কথোপকথন।
মানুহৰ জিৱাত্মাৰ বিসই।
The Soul of Man
মা। হে মোৰ আইটি, কোআচোন, জগতৰ ভিতৰত কি বস্তু বহু মুল্য?
জি। মানুহৰ জিৱাত্মা।
মা। কিয়?
জি। কিয়নো মানুহৰ জিৱাত্মা কেতিয়াও নষ্ট ন হই।
মা। জেতিয়া ইস্বৰে মানুহ স্ৰজিচিল, তেতিয়া তাৰ জিৱাত্মা আৰু মন কেনেকৈ আচিল?
জি। অতি সুন্দৰ অৰুি নিৰ্মল হৈ আচিল।
মা। তোমাৰ জিৱাত্মা আৰু মন এতিয়াও তেনে হৈ আচে নে?