পৃষ্ঠা:ধৰম গিত.djvu/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মা। কেই দিনৰ ভিতৰত জগতক স্ৰজন কৰি এঁটালে?

 জি। চ দিনত।

মা। প্ৰথম দিনা কিহৰ স্ৰজন কৰিলে?

 জি। পহৰ স্ৰজিলে।

 মা। দুতিয় দিনত কি কৰিলে?

 জি। আকাস স্ৰজিলে।

 মা। ত্ৰিতিয় দিনত কি কৰিলে?

 জি। সাগৰ, নদি, প্ৰিথিবি, আৰু গচকে আদি কৰি, আন আন সকলো বস্তু স্ৰজিলে।

 মা। চাই দিনৰ দিনা কি কি হল?

 জি। সুৰ্জ, চন্দ্ৰ, গ্ৰহ, নখ্যত্ৰ, এইবিলাক হল।

 মা। পাঁচ দিনৰ দিনা ইস্বৰে কি কি বস্তু স্ৰজিলে?

 জি। মাচ আৰু চৰাইবিলাকক।

 মা। চ দিনৰ দিনা কি কি স্ৰিষ্টি কৰিলে?

 জি। পহুকে আদি কৰি জন্তুবিলাক স্ৰজিলে।

 মা। চ দিনৰ দিনা ইস্বৰে আৰু কিবা স্ৰজিলে নে?