পৃষ্ঠা:ধৰম গিত.djvu/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ কথোপকথন।
স্ৰিষ্টি কৰাৰ বিসই।
The Creation.

 মা। হেৰা মোৰ আইটি,
কোআচোন, সকলোৰে স্ৰজন
কৰ্তা কোন?
 জি। ইস্বৰহে।
 মা। তেওঁ কেনেকৈ স্ৰিষ্টি

কৰিলে?
 জি। ইস্বৰে হওক বুলি আগ্যা কৰা মাত্ৰ-
কে স্ৰিষ্টি হল।