পৃষ্ঠা:ধৰম গিত.djvu/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৬

কাৰ্বাৰ কৰিলে, কিন্তু বল হিন হোআৰ নিমিতে নোআৰিলে, তথাপি তাৰ চকু আনন্দতে প্ৰকাসিত হল,আৰু সি কথা কবলৈ কাৰ্বাৰ কৰিলে, পাচে তাকো নোআৰিলত তাৰ চকু পানিৰে ভৰিল। আৰু মন কিচু থিৰ হোআত আঙ্গুলিৰে টাৰ্বাৰ কৰি, বেহেৰাক আপোনাৰ খাটৰ ওচৰত বহিবলৈ মাতি বুলিলে, বেহেৰা, তুমি জিহকে এতিয়া মোৰ আগত কৈচা তাতে মোৰ বৰ আনন্দ হৈচে। তুমি জে আপোনাক পাপি বুলি কোআ, অৰুি পাপিক গঙ্গাই পবিত্ৰ কৰিব নোআৰে, ইয়াতে মই অতি আনন্দ পাইচোঁ; এই কথা ইস্বৰৰ আত্মা য়িচু খ্ৰিষ্টৰ দোআৰাইহে তোমাক জনাইচে, আৰু তেঁও তোমাক আপোনাৰ ওচৰলৈ মাতিচে। জি জনে তোমাক নিমন্ত্ৰন কৰিচে তেঁও বিস্বাসি। হে মোৰ প্ৰিয় বেহেৰা, স্বৰগত থকা প্ৰথমে জনমাবিলাকৰ মহা সভা আৰু মণ্ডলিৰ মাজত তোমাক মই পাচত দেখিম। ইব্ৰিলৈ পত্ৰ ১২ আখ্যাৰ ২৩ পদ। হে বেহেৰা, মোৰ পিত্ৰি মাত্ৰি মৰাৰ পাচত